ilanguages.org

Assamese Quiz

Explore the examples below at your own pace. Choose a small set, recall it without looking, and return to it in your next practice session.

Study the words (211)
PromptAnswer
Oneএক Ēka
Twoদুই Du'i
Threeতিনি Tini
Fourচাৰি Cārai
Fiveপাঁচ Pām̐ca
Sixছয় Chaẏa
Sevenসাত Sāta
Eightআঠ Āṭha
Nineন Na
Tenদহ Daha
Firstপ্রথম Prathama
Secondদ্বিতীয় Dbitīẏa
Mondayসোমবাৰ Sōmabāra
Tuesdayমঙলবাৰ Maṅalabāra
Wednesdayবুধবাৰ Budhabāra
Thursdayবৃহস্পতিবাৰ Br̥haspatibāra
Fridayশুক্ৰবাৰ Śukrabāra
Saturdayশনিবাৰ Śanibāra
Sundayৰবিবাৰ Rabibāra
Nowএতিয়া Ētiẏā
Yesterdayকালি Kāli
Todayআজি Āji
Tonightআজিৰাতি Ājiraāti
Tomorrowকালিলৈ Kālilai
Fruitsফলমূল Phalamūla
Applesআপেলবোৰ Āpēlabōra
Bananasকলবোৰ Kalabōra
Tomatoesবিলাহীবোৰ Bilāhībōra
Potatoesআলুবোৰ Ālubōra
Onionsপিয়াঁজবোৰ Piẏām̐jabōra
Redৰঙা Raṅā
Greenসেউজীয়া Sē'ujīẏā
Blueনীলা Nīlā
Whiteব'গা Ba'gā
Blackক'লা Ka'lā
Greyধোৱাঁবৰণীয়া Dhoraambaraniya
Breakfastব্রেকফাষ্ট্ Brēkaphāṣṭ
Lunchলান্স Lānsa
Dinnerদিনাৰ Dināra
Milkগাখীৰ Gākhīra
Coffeeকফি Kaphi
Breadৰুটি Rauṭi
Sunnyৰ'দাল Ra'dāla
Windyবতাহী Batāhī
Rainyবৰষুনীয়া Baraṣunīẏā
Snowyতুষাৰাবৃত Tuṣāraābr̥ta
Coldঠাণ্ডা Ṭhāṇḍā
Hotগৰম Garama
Boyল'ৰা La'raā
Girlছোৱালী Chōraālī
Sonপুত্ৰ Putra
Daughterকন্যা Kan'yā
Brotherভাতৃ Bhātr̥
Sisterভগ্নী Bhagnī
Manপুৰুষ Purauṣa
Womanমহিলা Mahilā
Fatherদেউতা Dē'utā
Motherমা Mā
Grandfatherককাদেউতা Kakādē'utā
Grandmotherআইতা Ā'itā
Houseঘৰ Ghara
Toiletশৌচালয় Śaucālaẏa
Roomকোঠা Kōṭhā
Bedroomশোৱনিকোঠা Śōranikōṭhā
Kitchenপাগঘৰ Pāgaghara
Tableমেজ Mēja
Catমেকুৰী Mēkuraī
Dogকুকুৰ Kukura
Mouseনিগনি Nigani
Birdচৰাই Caraā'i
Cowগৰু Garau
Horseঘোঁৰা Ghōm̐raā
Socksমোজাবোৰ Mōjābōra
Shoesজোতাবোৰ Jōtābōra
Trousersপেন্টবোৰ Pēnṭabōra
Shirtচোলা Cōlā
Sweaterচুৱেটাৰ Curaēṭāra
Coatকোট Kōṭa
Englishইংৰাজী Iṁraājī
Frenchফৰাচী Pharaācī
Germanজাৰ্মান Jārmāna
Spanishস্পেনীয় Spēnīẏa
Italianইটালীয় Iṭālīẏa
Portugueseপৰ্টুগীজ Parṭugīja
Greekগ্রীক Grīka
Russianৰুচিয়ান Rauciẏāna
Arabicআৰবীয় Ārabīẏa
Hindiহিন্দী Hindī
Chineseচীনদেশীয় Cīnadēśīẏa
Japaneseজাপানীয় Jāpānīẏa
Taxiটেক্সী Ṭēksī
Busবাছ Bācha
Hotelহোটেল Hōṭēla
Reservationআৰক্ষণ Ārakṣaṇa
Airportবিমানবন্দৰ Bimānabandara
Passportপাৰপত্র Pārapatra
Studentছাত্ৰ Chātra
Teacherশিক্ষক Śikṣaka
Penকলম Kalama
Booksকিতাপবোৰ Kitāpabōra
Pageপৃষ্ঠা Pr̥ṣṭhā
Dictionaryঅভিধান Abhidhāna
Handহাত Hāta
Feetভৰি Bharai
Hairচুলি Culi
Eyeচকু Caku
Mouthমুখ Mukha
Noseনাক Nāka
Ambulanceএম্বুলেন্স Ēmbulēnsa
Doctorডাক্তৰ Ḍāktara
Hospitalহস্পিতাল Haspitāla
Pharmacyফাৰ্মাছী Phārmāchī
Policeপুলিচ Pulica
Stomach acheপেটৰ বিষ Pēṭara biṣa
Andআৰু Ārau
Underতলত Talata
Beforeআগেয়ে Āgēẏē
Afterপিছত Pichata
Insideভিতৰফালে Bhitaraphālē
Outsideবাহিৰফালে Bāhiraphālē
Withসৈতে Saitē
Butকিন্তু Kintu
Forবাবে Bābē
Fromপৰা Paraā
Toলৈ Lai
Inভিতৰত Bhitarata
What?কি? Ki?
Who?কোন? Kōna?
How?কেনেকৈ? Kēnēkai?
Why?কিয়? Kiẏa?
Where?ক'ত? Ka'ta?
Neverকেতিয়াও Kētiẏā'ō
Rarelyকেতিয়াবাহে Kētiẏābāhē
Sometimesকেতিয়াবা Kētiẏābā
Usuallyসাধাৰনতে Sādhāranatē
Alwaysসদায় Sadāẏa
Veryখুব Khuba
Iমই Ma'i
Youআপুনি Āpuni
Heতেখেত Tēkhēta
Sheতেখেত Tēkhēta
Weআমি Āmi
Theyতেখেতসকল Tēkhētasakala
Myমোৰ Mōra
Yourআপোনাৰ Āpōnāra
Hisতেখেতৰ Tēkhētara
Herতেখেতৰ Tēkhētara
Ourআমাৰ Āmāra
Theirতেখেতসকলৰ Tēkhētasakalara
I speak Englishমই ইংৰাজী কওঁ।
You speak Frenchআপুনি ফৰাছীভাষা কয়।
He speaks Germanতেখেতে জাৰ্মান কয়।
She speaks Italianতেখেতে ইটালীয় ভাষা কয়।
I visited Franceআমি ফ্রান্স ভ্রমন কৰিছোঁ। - আমি ফ্রান্সলৈ গৈছো।
I will drink milkমই গাখীৰ খাওঁ।
I understand youমই আপোনাক বুজোঁ।
I don't understand youমই আপোনাক বুজা নাই।
I don't speak Frenchমই ফৰাছী ভাষা নকওঁ।
This is my houseএইটো মোৰ ঘৰ।
That restaurant is farসেই ৰেস্তোঁৰাখনলৈ বহুদূৰ।
No problemচিন্তা নকৰিব।
Hiহেৰি
What is your name?আপোনাৰ নাম কি?
Nice to meet you(আপোনাক) লগ পাই ভাল লাগিল।
How are you?কেনে আছে?
I'm good, thanksভালে আছোঁ, ধন্যবাদ।
And you?আপোনাৰ ভালনে?
Do you speak (English/Assamese)?আপুনি অসমীয়া কব পাৰেনে?
Does she speak Chinese?তেখেতে চীনাভাষাত কথা কব পাৰেনে?
A little bitনামমাত্ৰ
How old are you?আপোনাৰ বয়স কিমান?
I'm 33 years oldমোৰ বয়স ত্রিস বছৰ।
It was nice talking to youআপোনাৰ সৈত কথা পাতি ভাল লাগিল।
What do you mean?আপুনি কি কব খুজিছে?
I don't understandমই বুজা নাই।
I don't knowমই নাজানো।
Sorryদুঃখিত
What is that called in Assamese?এইটোক অসমীয়াত কি বুলি কয়?
What does that word mean in English?এই শব্দটোৱে ইংৰাজীত কি বুজায়?
Where are you from?আপুনি ক'ৰ (পৰা আহিছে) ?
I'm from the U.Sমই আমেৰিকাৰ (পৰা আহিছোঁ)।
I'm Americanমই আমেৰিকান।
Where do you live?আপুনি ক'ত থাকে?
I live in the U.Sমই আমেৰিকাত থাকোঁ।
What do you do for a living?আপুনি কি কৰে?
I'm a studentমই এজন ছাত্ৰ (male) - ছাত্ৰী (female)।
Can I help you?মই আপোনাক সহায় কৰিব পাৰোঁনে?
Can you help me?আপুনি মোক সহায় কৰিবনে?
Where is the airport?বিমানবন্দৰ কোনফালে?
Go straightচিধাচিধি যাওক
Thenতেতিয়া
Turn leftবাওঁফালে ঘূৰক।
Turn rightসোফালে ঘূৰক।
Happy birthdayজন্মদিনৰ শুভকামনা।
Happy New Yearনৱবৰ্ষৰ শুভকামনা।
Merry Christmasমেৰী খ্রীষ্টমাচ
Good luckগুদলাক
Congratulationsকংগ্রেশ্বুলেশ্বনছ
I have a reservationমোৰ এটা আৰক্ষণ আছে
Do you have rooms available?আপোনাৰ তাত কোঠা পোৱা যাবনে?
I would like a non-smoking roomমই এটা ধূমপানবৰ্জিত কোঠা বিচাৰিছো।
How much it costs per night?প্রতিনিশাৰ মূল্য কিমান?
Waiterৱেইটাৰ
How much is this?এইটোৰ দাম কিমান?
What is this?এইটো কি?
Are you okay?আপোনাৰ গা বেয়া নেকি?
I need a doctorমোক এজন ডাক্তৰৰ প্রয়োজন।
Helpসহায়
Call the ambulanceএম্বুলেন্সখন মাতক।
Call the policeপুলিচক মাতক।
I am sickমই অসুস্থ।

Learning guide

Fresh learning guides